পেটপেট পূৰা

পেট ঠিলা মাৰ্ (Assamese) [ Roman: pet thi.la mar]
Contributed by: Partha P Sarmah on 2011-09-26
1. (Verb-Trans.) to take medicine or food that stops the liquid or frequent flow of excreta. পনীয়া বা সঘনাই শৌচ হ’লে শৌচ বন্ধ কৰিবৰ বাবে কিবা দৰব বা তেনে পথ্য খা৷